অসম

assam

শিৱসাগৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By

Published : Aug 27, 2019, 10:52 PM IST

আমগুৰিৰ হালোৱাটিং টিফুক চাহ বাগিচাৰ পৰা একাংশ শ্ৰমিকে উদ্ধাৰ কৰে অজগৰডাল ৷

শিৱসাগৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

  • শিৱসাগৰৰ আমগুৰিত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ
  • হালোৱাটিংৰ টিফুক চাহ বাগিচাত উদ্ধাৰ প্ৰকাণ্ড অজগৰডাল
    শিৱসাগৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
  • টিফুক বাগিচাৰ শ্ৰমিকে উদ্ধাৰ কৰে অজগৰটো
  • শ্ৰমিকসকলে উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে
  • বৰ্তমানলৈকে হালোৱাটিং বন বিভাগ উপস্থিত হোৱা নাই ঘটনাস্থলীত

ABOUT THE AUTHOR

...view details