- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভণিতে শিৱসাগৰত আউল
- নগৰৰ 32 নং চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয় কেন্দ্ৰৰ দুটা ই ভি এং মেচিন বিকল
- ভোটাৰৰ মাজত দীঘলীয়া শাৰী
শিৱসাগৰত EVM মেচিন বিকল - evm-machine
![শিৱসাগৰত EVM মেচিন বিকল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2966929-thumbnail-3x2-nitin1111.jpg)
SIVSAGAR EVM MACHINE DAMAGE
2019-04-11 07:47:59
পুৱাই ভোটদানৰ বাবে ভোটাৰে কেন্দ্ৰটোত শাৰী পাতে যদিও দুটা ইভিএম মেচিন বিকল হৈ পৰাত এতিয়া দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা হৈছে কেন্দ্ৰটোত
Last Updated : Apr 11, 2019, 8:57 AM IST