বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ শিৱসাগৰবাসীৰ! - শিৱসাগৰ
১৯১৬ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ পৌৰসভা। ১৪ টা ৱাৰ্ড সংযুক্ত কৰি গঠন হোৱা শিৱসাগৰ পৌৰসভাই এশ বছৰ পাৰ কৰি যোৱাৰ পাছতো পৌৰ ৰাইজক দিব পৰা নাই পৰ্যাপ্ত সুবিধা। তাৰ পৰিৱৰ্তে পৌৰসভাৰ কেতবোৰ কামে ৰাইজৰ দুৰ্দশা আৰু বৃদ্ধি কৰিছে। জাৱৰ নিষ্কাষণৰ বৈজ্ঞানিক পদ্ধতি গ্ৰহণ নকৰাৰ বাবে এক বৃহৎ অঞ্চলৰ ৰাইজে অকণমান বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিছে।
![বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ শিৱসাগৰবাসীৰ!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4201696-thumbnail-3x2-pkg.jpg)
আৱৰ্জনাৰ দ'মে অতিষ্ঠ কৰিছে জনসাধাৰণক
শিৱসাগৰ,21আগষ্টঃ দুৰ্গন্ধৰ ফলত সৃষ্টি হোৱা এক অসহনীয় পৰিৱেশ । আৱৰ্জনাৰ পাহাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে শিৱসাগৰ নগৰৰ দেওলীয়াখাট অঞ্চলত । শিৱসাগৰ পৌৰসভাৰ কৃপাত শুদ্ধ বায়ু সেৱনৰ পৰা বঞ্চিত নাগৰিক । চাওক এক প্ৰতিবেদনঃ
শিৱসাগৰ পৌৰসভাৰ আৱৰ্জনাৰ দ'মে অতিষ্ঠ কৰিছে জনসাধাৰণক