- কৃত্ৰিম বানত বুৰিছে শিৱসাগৰ চহৰ ৷
- নেৰানেপেৰা বৰষুণৰ বাবে বানৰ কবলত পৰিছে চহৰখনৰ বিস্তীৰ্ণ অঞ্চল ৷
- কৃত্ৰিম বানত জলমগ্ন হৈছে চহৰখনৰ দৌলমুখ চাৰি আলি,ষ্টেচন চাৰি আলি,বি জি ৰোড,তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আবাসীক এলেকা,লক্ষ্মী নগৰ আদি অঞ্চল সমূহ ৷
- নগৰৰ জল নিষ্কাষণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ ৷
- কৃত্ৰিম বানে ব্যাহত কৰি তুলিছে শিৱসাগৰ চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ৷
কৃত্ৰিম বানত জলমগ্ন শিৱসাগৰ চহৰ - জলমগ্ন
নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে শিৱসাগৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল ৷ কৃত্ৰিম বানে ব্যাহত কৰি তুলিছে শিৱসাগৰ চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ৷
কৃত্ৰিম বানত বুৰিছে শিৱসাগৰ নগৰ