মুখা শিল্পৰে জগত জিনিছে তেওঁ - BISHNURABHA AWARD
মুখা শিল্পৰে জগত জিনিছে তেওঁ,গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে বহু বছৰ ধৰি ৷ অৱশেষত চৰকাৰে প্ৰদান কৰিলে স্বীকৃতি ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো বহুল সমাদৃত তেখেতৰ শিল্পকৰ্ম ৷

মুখা শিল্পৰে জগত জিনিছে তেওঁ...
মুখাশিল্পী ৰেৱকান্ত মহন্তৰ ৷ শিৱসাগৰৰ খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৰাকীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ বিষ্ণুৰাভা বঁটা ৷ ২০১৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰেৱকান্ত মহন্তই এই বঁটা লাভ কৰাৰ পিচতে ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিলে নিজৰ মত ৷ এউ সম্পৰ্কত চাওক আমাৰ েক প্ৰতিবেদন...
মুখা শিল্পৰে জগত জিনিছে তেওঁ...