বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামগুৰিত গণেশ পূজা - SAMUGURI BARALIGAON GANESH PUJA
বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা ৷ গনেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনায় বৰালি গাঁৱৰ ৰাইজে ৷
বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা
চামুগুৰি, 3 ছেপ্তেম্বৰঃ বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামগুৰিত গণেশ পূজা ৷ দীৰ্ঘদিন ধৰি চামগুৰিৰ বৰালি গাঁৱৰ পথাৰত বন্যহস্থীৰ এটা জাকে প্ৰৱেশ কৰি অনিষ্ট কৰি আহিছে কৃষি পথাৰ ৷ আনহাতে বিগত বৰ্ষৰ ক্ষতিপূৰণো এইপৰ্যন্ত লাভ কৰা নাই ৰাইজে ৷ যাৰ বাবে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই ভগবানৰ ওচৰত শৰণাপন্ন হৈছে ৰাইজ | গণেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনায় বৰালি গাঁৱৰ ৰাইজে ৷