- ডিমৌৰ ৰাজবাৰীত বিষক্ৰিয়াত আক্ৰান্ত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি
- 29 তাৰিখে শিৱসাগৰত বিষক্ৰিয়াত আক্ৰান্ত হৈছিল অৰ্ধ শতাধিক শগুণ
- ৰাজবাৰীৰ নলনি পথাৰত মৰা গৰু ভক্ষণ কৰাৰ পাচতে মৃত্যু হৈছিল 35 টা শগুণৰ
- কাজিৰঙাত চিকিৎসাধীন হৈ আছিল গুৰুতৰভাৱে আক্ৰান্ত 31 টা শগুণ
- 10 দিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত পুনৰ ৰাজবাৰীৰ নলনি পথাৰত মুকলি কৰি দিয়া হয় শগুণকেইটা
- এই অনুষ্ঠানত জিলা উপায়ুক্তক ডা. এছ. লক্ষ্মণকে ধৰি জিলা বন বিষয়াৰ লগতে বি এন এইচ এছৰ উপ-সঞ্চালক, ডব্লিউ টি আইৰ কৰ্মকৰ্তা, প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বেকন, আৰণ্যক আদি কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠৰ কৰ্মকৰ্তা আৰু গাওঁবাসীৰ লগতে উপস্থিত থাকে ছাত্ৰ-ছাত্ৰী ডিমৌৰ ৰাজবাৰীত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি
ডিমৌৰ ৰাজবাৰীত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি - ৰাজবাৰী
10 দিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত পুনৰ ৰাজবাৰীৰ নলনি পথাৰত মুকলি কৰি দিয়া হয় শগুণকেইটা

ডিমৌৰ ৰাজবাৰীত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি