অসম

assam

ETV Bharat / state

শিৱসাগৰত দুই জাতীয় সংগঠনৰ স‌ংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী - বীৰ লাচিত সেনাৰ শৃংখল চলিহা

কৃষক নেতা অখিল গগৈৰ সহিতে কা-আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰি কাৰাবন্দী হৈ থকা সকলো বিপ্লৱীক শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰি সংবাদ মেলৰ আয়োজন কৰে দুই জাতীয় সংগঠনে ৷

relese-akhil-gogoi-demand-at-sivsagar-bir-lachait-xana
শিৱসাগৰত দুই জাতীয় সংগঠনৰ স‌ংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী

By

Published : Jul 9, 2020, 9:46 PM IST

শিৱসাগৰ, 9জুলাইঃবৃহস্পতিবাৰে শিৱসাগৰৰ কে পি এম চাৰিআলিৰ সমীপৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কার্যলয়ত অনুস্থিত হোৱা এক সংবাদমেলত অখিল গগৈৰ শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰিছে দুই স‌ংগঠন ক্ৰমে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনাই।

শিৱসাগৰত দুই জাতীয় সংগঠনৰ স‌ংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী
কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল কোভিড- ১৯ পজিটিভ বুলি জানিব পাৰি জাঙুৰ খায় উঠিছে জাতীয় সংগঠন দুটা । কৰ'ণা মহামাৰীৰ নামত চৰকাৰৰ চক্ৰান্ত নচলিব বুলি ষ্পষ্ট কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । লগতে তেওঁ কয় যে, শিৱসাগৰৰ নগৰৰ মাজমজিয়াত কন্টেইনমেন্ট জ'নত প্রশাসনৰ লগত হাত মিলাই গেৰুৱা চৰকাৰখনে নীতি বিৰোধ কাম কৰি কৰিছে । ইয়াৰ যোগ্য পত্যুত্তৰ ২০২১ চনৰ বিধান সভাৰ নির্বাচনত দিয়া হ'ব বুলি মন্তব্য কৰে শৃংখল চলিহাই । লগতে পঢ়কঃবিজেপিত যোগদান কৰিলে অখিল গগৈলৈ 10 কোটিৰ অফাৰ !

ABOUT THE AUTHOR

...view details