অসম

assam

ETV Bharat / state

উন্মোচিত হ'ল তুৱাৰাম খনিকৰৰ কীৰ্তি ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি" - শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়

চাৰিং শাখা সাহিত্য সভা আৰু জেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত চাৰিঙৰ বিশিষ্ট চিন্তাবিদ অধ্যাপক, সুবক্তা, শিক্ষাবিদ, সমাজকৰ্মী তুৱাৰাম খনিকৰৰ জীৱনজোৰা কীৰ্তি ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি" শুভ উন্মোচন কৰা হয় ৷ আউনিআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে উন্মোচন কৰিলে গ্ৰন্থখন ৷

উন্মোচিত হ'ল তুৱাৰাম খনিকৰৰ কৃতী ব্যাপ্তি আৰু খ্যাতিৰ দলিউন্মোচিত হ'ল তুৱাৰাম খনিকৰৰ কৃতী ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি"ল "পৰিব্যাপ্তি"
উন্মোচিত হ'ল তুৱাৰাম খনিকৰৰ কৃতী ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি"

By

Published : Apr 22, 2021, 2:20 PM IST

আমগুৰি,22এপ্ৰিল :শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিঙৰ বিশিষ্ট চিন্তাবিদ অধ্যাপক,সুবক্তা,শিক্ষাবিদ,সমাজকৰ্মী তুৱাৰাম খনিকৰৰ এখনি অভিনন্দন গ্ৰন্থ সোমবাৰে উন্মোচন কৰা হয় ৷ চাৰিং শাখা সাহিত্য সভা আৰু জেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত তুৱাৰাম খনিকৰৰ জীৱনজোৰা কীৰ্তি ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি" শুভ উন্মোচন কৰে আউনিআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে।

উন্মোচিত হ'ল তুৱাৰাম খনিকৰৰ কৃতী ব্যাপ্তি আৰু খ্যাতিৰ দলিল "পৰিব্যাপ্তি"
গ্ৰন্থ উন্মোচনী সভাতে চাৰিঙৰ বিভিন্ন অনুষ্ঠানে তুৱাৰাম খনিকৰক সম্বৰ্ধনা জনোৱাৰ লগতে অনুষ্ঠানটোত চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ মঞ্জুল কলিতা,প্ৰাক্তন অধ্যক্ষ দিব্য ৰাজখোৱা, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰ্পণ বৰুৱা, শিক্ষাবিদ প্ৰমোদ শইকীয়া, অধ্যাপিকা মামণি বড়াসহ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details