আমগুৰি, ২২ নৱেম্বৰ: শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা-কুশলী সকল ৷ শিৱসাগৰ জিলাৰ দিকচু মাউত গাঁৱতো মিলনজ্যোতি পুথি ভঁড়াল আৰু "নৱৰত্ন" যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ৷
শিৱসাগৰত পূৰ্ণ গতিত চলিছে ৰাসৰ প্ৰস্তুতি - শিৱসাগৰ জিলাৰ দিকচু মাউত গাঁও
শিৱসাগৰ জিলাৰ দিকচু মাউত গাঁৱত মিলনজ্যোতি পুথি ভঁড়াল আৰু "নৱৰত্ন" যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব এদিনীয়া ৰাস ৷
শিৱসাগৰত পূৰ্ণ গতিত চলিছে ৰাসৰ প্ৰস্তুতি
কভিড প্ৰট'কলৰ মানি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা বৰ্তমান পূৰ্ণ গতিত আৰম্ভ হৈছে ৷
লগতে পঢ়কঃপৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ