অসম

assam

ETV Bharat / state

অখিলৰ চিত্ৰ অংকণ কৰি চিত্ৰ শিল্পীয়ে ক'লে 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ?

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চৰ আমগুৰি আঞ্চলিকৰ উদ্যোগত চহৰ খনৰ বিভিন্ন দেৱালত অখিল গগৈ ফটো অংকণ কৰি কৃষক নেতাজনৰ মুক্তিৰ দাবী তুলিলে চিত্ৰ শিল্পীয়ে ৷ ইয়াৰ লগতে সংগঠন কেইটাৰ নেতৃত্বই অখিল গগৈৰ ফটো খনলেও বৰ্তমানৰ সোণোৱাল চৰকাৰে ভয় কৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

protest kmss at amguri
অখিলৰ চিত্ৰ অংকণ কৰি চিত্ৰ শিল্পীয়ে ক'লে 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ?

By

Published : Nov 21, 2020, 12:17 PM IST

আমগুৰি, ২১ নৱেম্বৰ: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চৰ আমগুৰি আঞ্চলিকৰ উদ্যোগত চহৰ খনৰ বিভিন্ন দেৱালত অখিল গগৈ ফটো অংকণ কৰি কৃষক নেতা জনৰ মুক্তিৰ দাবী তুলিলে চিত্ৰ শিল্পীয়ে ৷ দেৱালত 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ? বুলি লিখি ক্ষোভ প্ৰকাশ কৰিলে চিত্ৰ শিল্পীয়ে ৷

অখিলৰ চিত্ৰ অংকণ কৰি চিত্ৰ শিল্পীয়ে ক'লে 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ?

ইপালে সংগঠনৰ নেতৃত্বই অখিল গগৈৰ ফটো খনলেও বৰ্তমানৰ সোণোৱাল চৰকাৰে ভয় কৰে বুলি মন্তব্য় প্ৰকাশ কৰে ৷ তদুপৰি কৃষক নেতা জনক মুক্তিৰ দাবী তুলি আগন্তুক দিনত অসমৰ প্ৰতিখন দেৱালত অখিল গগৈৰ ফটো অংকণ কৰা হ'ব বুলি সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে।

চিত্ৰ শিল্পীৰ ক্ষোভঃ'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ?

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details