অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ সতীৰ্থৰ - কৃষক নেতা অখিল গগৈ

দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি সাপেখাতীৰ আঞ্চলিকৰ উপদেষ্টা নীলমণি দাসে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ।

protest for release akhil gogoi in sivasagar
protest for release akhil gogoi in sivasagar

By

Published : Apr 29, 2020, 4:02 PM IST

শিৱসাগৰ, 29 এপ্ৰিলঃ লক্ ডাউনৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সাব্যস্ত প্ৰতিবাদ । মুণ্ডন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈসহ, সতীৰ্থ কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীৰে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাপেখাতীৰ আঞ্চলিকৰ উপদেষ্টা নীলমণি দাসে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।

অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details