অসম

assam

By

Published : Sep 12, 2019, 3:02 PM IST

ETV Bharat / state

আমগুৰিত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

অমিত শ্বাহে অসমলৈ আহি "নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬" গৃহীত কৰিম বুলি ঘোষণা কৰাৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় সভাপতিৰ প্ৰতিকৃতি দাহ কৰে

আমগুৰিত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

শিৱসাগৰ,12 চেপ্তেম্বৰঃ আমগুৰিত বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহৰ প্ৰতিকৃতি দাহ ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমগুৰি আঞ্চলিক সমিতিয়ে দাহ কৰে কেন্দ্ৰীয় সভাপতি অমিত শ্বাহৰ প্ৰতিকৃতি ৷ অমিত শ্বাহে অসমলৈ আহি "নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬" গৃহীত কৰিম বুলি ঘোষণা কৰাৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় সভাপতিৰ প্ৰতিকৃতি দাহ কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোদী মূর্দাবাদ,সৰ্বানন্দ সোণোৱাল মূর্দাবাদ,অমিত শ্বাহ গ' বেক, শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে যি কোনো মূল্যৰ বিনিময়ত বিধেয়ক গৃহীত কৰিবলৈ নিদিয়ে বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

আমগুৰিত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details