অসম

assam

ETV Bharat / state

ৰাজ্যৰ বনভোজস্থলীত নিমাওমাও পৰিৱেশ - দৰগাহ স'ৰাগুৰি চাপৰি

লুইতৰ বুকুত অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰিব পৰা নাই কাকো ৷ ঝাও বনৰ জোপোহাৰ মাজৰ পৰা ভাহি নাহে উচ্চস্বৰৰ সংগীত কিম্বা বনভোজ খাবলৈ অহা দলৰ কিৰিলী ৷

অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক
অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক

By

Published : Dec 30, 2019, 2:08 PM IST

আমগুৰি, ৩০ ডিচেম্বৰ:পুৰণি বছৰটো শেষ হ'বলৈ মাজত মাথো দুটা দিন বাকী। পুৰণিক বিদায় দি নতুনক আদৰি পৰিয়াল তথা আত্মীয়ৰ সৈতে আনন্দৰে ঘৰৰ পৰা আঁতৰি এসাজ খোৱাটো সকলোৰে আছে হেঁপাহ । কিন্তু ৰাজ্যৰ বৰ্তমান বনভোজস্থলী সমূহত নাই আনন্দ উল্লাহ ।

অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক

CAA বিৰোধী আন্দোলনে স্তিমিত কৰি তুলিছে বনভোজৰ আনন্দ। ফলত নিজম হৈ পৰিছে বনভোজস্থলীসমূহ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ দিখৌ,দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থল তথা আজানপীৰ চাহাবৰ স্মৃতি বিজড়িত দৰগাহ স'ৰাগুৰি চাপৰিও এতিয়া নিজম। এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক

লগতে পঢ়ক: চি ডি এছৰ নিযুক্তি আৰু সামৰিক সংস্কাৰ

ABOUT THE AUTHOR

...view details