- নাজিৰা আলিত জ্বলা-কলা খাইছে নাজিৰাবাসীয়ে
- ২০১৮ চনৰ ২৮ আগষ্টতে তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ
- কিন্তু 11 মাহ পাৰ হোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ মেৰামতি
- পথটোৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছিল 764.93 লাখ টকা
- ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে মেৰামতি নহ'ল পথটো
- প্ৰতিকূল বতৰৰ বাবে পথটোৰ মেৰামতি সম্ভৱ হোৱা নাই বুলি প্ৰকাশ কাৰ্যবাহী অভিযন্তা সৌৰভ গগৈৰ
আধাশিলা স্থাপনতে মেৰামতি সমাপ্ত নাজিৰা আলিৰ - ETV_ASSAM
২০১৮ চনৰ ২৮ আগষ্টতে তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ কিন্তু 11 মাহ পাৰ হোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ মেৰামতি ৷
পথটোৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছিল 764.93 লাখ টকা
Last Updated : Jul 25, 2019, 8:05 PM IST