আমগুৰি, 28 অক্টোবৰঃশিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ বিগত 2018 চনৰ 8 নৱেম্বৰত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰায় এক লাখ 50 হাজাৰ টকা ব্যয় সাপক্ষে মিছনজান-গোসাইবাৰী খেলপথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল ৷
আমগুৰিত এটা ৰাজপথে ৰাইজক ভোগাইছে নৰক যন্ত্ৰণা! - দুটা বছৰত পথছোৱাৰ 50 মিটাৰ অংশতো শিল-বালি নেপেলোৱাৰ অভিযোগ ৰাইজৰ
শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ 2018 চনৰ 8 নৱেম্বৰত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই মিছনজান-গোসাইবাৰী খেলপথাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল ৷ বিধায়ক প্ৰদীপ হাজৰিকাক পথটো শীঘ্ৰে পৰিদৰ্শন কৰিবলৈ আহ্বান ৰাইজৰ ৷
পথৰ দুৰৱস্থা
লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত অযোধ্যা প্ৰসংগ
কিন্তু বিগত দুটা বছৰত পথছোৱাৰ 50 মিটাৰ অংশতো শিল-বালি নেপেলোৱাৰ অভিযোগ ৰাইজৰ ৷ ফলত সম্প্ৰতি পথছোৱাৰে যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজৰ ৷ বিধায়ক প্ৰদীপ হাজৰিকাক পথটো শীঘ্ৰে পৰিদৰ্শন কৰিব ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
Last Updated : Oct 28, 2019, 2:01 PM IST