অসম

assam

ETV Bharat / state

শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

প্ৰাচীন কীৰ্তিচিহ্ন থকা অঞ্চল বেদখল মুক্ত কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

By

Published : Jul 1, 2019, 2:23 PM IST

শিৱসাগৰ,1জুলাই : শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন থকা অঞ্চল বেদখল মুক্ত কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ শিৱসাগৰৰ ৰংঘৰ, শিৱদল,যমুনাকে ধৰি বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন আৰু জলাশয়ত হোৱা বেদখল মুক্ত কৰিবলৈ দাবী জনায় মঞ্চৰ কৰ্মকৰ্তাসকলে ৷ যৌথ মঞ্চই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মঞ্চই শিৱসাগৰ জিলা প্ৰশাসনক অনতিপলমে এনে বেদখল উচ্ছেদ কৰাৰ দাবী জনায়। বিগত সময়তো বিভিন্ন দল-সংগঠনে এনে বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল ।

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details