নাজিৰা, 14 জুলাই :শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত(Road accident in Sivasagar) থিতাতে নিহত হ'ল এজন লোক(One person died in Road accident at Nazira)৷ এখন টেংকাৰ বাগৰি পৰাত মুজাকিৰ হুছেইন নামৰ টেংকাৰ চালকজনৰ থিতাতে মুত্যু হয় । আনহাতে, এই দুৰ্ঘটনাটোত টেংকাৰখনৰ সহ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।
Road accident in Sivasagar: গেলেকীত পথ দুৰ্ঘটনাত নিহত এজন - নাজিৰাৰ গেলেকীত পথ দুৰ্ঘটনাত নিহত ১ আহত ১
বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হ'ল এজন টেংকাৰ চালক(One person died in Road accident at Nazira) ৷

নাজিৰাৰ গেলেকীত পথ দুৰ্ঘটনাত নিহত ১ আহত ১
জানিব পৰা মতে, অএনজিচিৰ অধীনস্থ ১৪০৪ নং তৈলখাদৰ পৰা কেমিকেল কঢ়িয়াবলৈ যোৱা সময়তে টেংকাৰখন ( এ এচ ২৩ চি চি-১২৯০) দূৰ্ঘটনাগ্ৰস্ত হৈ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা টেংকাৰখনৰ চালক মুজাকিৰ হুছেইনৰ ঘৰ গেলেকীৰ মিছাজানত । ইফালে, আহত চালক আৰ্জুদ্দিন আহমেদক এই ঘটনাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়(One injured in Road accident in Sivasagar) ।
লগতে পঢ়ক :Road accident in Nalbari: নতুন বাইক কিনি ঘৰলৈ আহোতেই দুৰ্ঘটনাত পতিত মাতৃ-পুত্ৰ