অসম

assam

ETV Bharat / state

শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ - জিলা উপায়ুক্ত বিষ্ণু কমল বৰা

শিৱসাগৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগতে বিভিন্ন স্থানৰ 31 টা কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰে ৷

Newly appointed superintendent of police visits contentment jone in Sivasagar
শিৱসাগৰত কনটেইন্টমেন জ'ন পৰিদৰ্শন কৰিলে নৱনিযুক্ত আৰক্ষী অধীক্ষকে

By

Published : May 18, 2021, 12:15 PM IST

শিৱসাগৰ,18 মে':ৰাজ্যৰ আন আন জিলাৰ লগতে শিৱসাগৰ জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ যাৰ ফলত বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা ৷ সোমবাৰে শিৱসাগৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ বিভিন্ন স্থানৰ 31 টা কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰে ৷

শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্তৰ

লগতে দুয়োগৰাকী বিষয়াই জিলাখনত ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগতে ক'ভিড আক্ৰান্তৰ পৰিয়ালৰ সদস্যসকলৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় । বৰ্তমান সময়ত জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সম্পৰ্কতো সংবাদ মাধ্যমক জানিবলৈ দিয়ে দুয়োগৰাকী বিষয়াই ৷

শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

লগতে পঢ়ক:খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য

ABOUT THE AUTHOR

...view details