- শিৱসাগৰ নামতিত গণ প্ৰহাৰৰ ঘটনা
- নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক
- গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটা ক্ৰমে সঞ্জীৱ শইকীয়া,প্ৰশান্ত দুৱৰা আৰু পদুম গগৈ
- নামতি সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে গণ প্ৰহাৰৰ ঘটনাত প্ৰাণ গৈছিল নাজিৰাৰ ৰজাপুলৰ নিবাসী শান্তুনু বৰগোঁহাইৰ
- ৰাজপথতে যুৱকৰ হাত বান্ধি মানসিক অত্যাচাৰ চলাইছিল তিনিজন লোকে শিৱসাগৰত গণ প্ৰহাৰৰ ঘটনা
- পাছত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ
- ঘটনাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ
- অৱশেষত মঙলবাৰে নিশা নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক
শিৱসাগৰত গণ প্ৰহাৰৰ ঘটনা - Etv Bharat
নামতি সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে একাংশ লোকৰ অত্যাচাৰত প্ৰাণ গৈছিল নাজিৰাৰ ৰজাপুলৰ নিবাসী শান্তুনু বৰগোঁহাই নামৰ লোকজনৰ
![শিৱসাগৰত গণ প্ৰহাৰৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4131573-thumbnail-3x2-siv.jpg)
শিৱসাগৰত মৰেল পুলিচিং
Last Updated : Aug 14, 2019, 4:46 PM IST