নিৰ্বাচনী বতাহে স্পৰ্শ কৰিব নোৱাৰা বিধায়কগৰাকী
ৰাজনীতিৰ পৰা আঁতৰি পথাৰলৈ আহি কুঁহিয়াৰ খেতিত মনোনিৱেশ কৰিছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই
etv bharat
নিউজ ডেস্ক, 24 মাৰ্চ : এবছৰৰ পূৰ্বেই ভূঞাহাটৰ জাঁজী নৈ পাৰৰ 5 বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰিছিল বিধায়ক প্ৰদীপ হাজৰিকাই ৷ এতিয়া লহপহীয়াকৈ বাঢ়ি অহা পুৰঠ কুঁহিয়াৰ দেখি নিৰ্বাচনলৈ যেন পাহৰিছে বিধায়কজনে ৷ পুৰঠ কুঁহিয়াৰ কাটি পথাৰৰ মাজতে কুঁহিয়াৰ পেৰি গুৰো উৎপাদন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷