অসম

assam

ETV Bharat / state

শিৱসাগৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস, ১৩০ খন পতাকা উত্তোলন - assam news

কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰে সদস্যসকলে। তাৰ পাছতে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় দিৱসৰ মূল অনুষ্ঠান

শিৱসাগৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস

By

Published : May 1, 2019, 7:29 PM IST

শিৱসাগৰ, 1 মেঃ ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত বুধবাৰে শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে 'আন্তৰ্জাতিক শ্ৰমিক দিৱস'। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিৱসৰ ১৩০ বছৰীয়া সংগ্ৰামক সুঁৱৰি শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৩০ খন পতাকা উত্তোলন কৰে সদস্যসকলে। তাৰ পাছতে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় দিৱসৰ মূল অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজকৰ্মী পোনাৰাম মিলি,জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু সুমেশ ডেকাই। আনহাতে, এই সভাত বক্তাসকলে বিগত সময়ৰ শ্ৰমিক আন্দোলন সমূহৰ বিভিন্ন দিশ সামৰি বক্তৃতা প্ৰদান কৰে অনুষ্ঠানটিত।

শিৱসাগৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস

ABOUT THE AUTHOR

...view details