অসম

assam

ETV Bharat / state

শিৱসাগৰৰ দিখৌমুখ কাৱৈমাৰীত মিটং নৈৰ খহনীয়া - etv bharat

বৰ্তমানলৈ ১০০ মিটাৰ পৰ্যন্ত খহাৰ পিছতো জলসম্পদ বিভাগে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ৷

শিৱসাগৰৰ দিখৌমুখ কাৱৈমাৰীত মিটং নদীৰ খহনীয়া

By

Published : Jul 10, 2019, 11:46 PM IST

আমগুৰি, 10 জুলাইঃ শিৱসাগৰৰ দিখৌমুখ কাৱৈমাৰীত মিটং নদীৰ খহনীয়া ৷ মিটঙৰ জলপৃষ্ঠ বঢ়াৰ লগে লগে খহিবলৈ ধৰিছে মথাউৰি ৷ বৰ্তমানলৈ ১০০ মিটাৰ পৰ্যন্ত খহাৰ পিছতো জলসম্পদ বিভাগে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ৷

শিৱসাগৰৰ দিখৌমুখ কাৱৈমাৰীত মিটং নদীৰ খহনীয়া


যিকোনো সময়তে মথাউৰি ছিগি বৃহৎ অঞ্চল প্লাৱিত কৰাৰ আশংকাই দেখা দিছে ৷ দুমাহ পূৰ্বে জলসম্পদ বিভাগে পাৰ্কুইপাইনৰ ব্যৱস্থা কৰিছিল যদিও এই পদক্ষেপেৰ একো উপকৃত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে, শীঘ্ৰে শিৱসাগৰ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details