অসম

assam

ETV Bharat / state

সোণাৰিৰ আত্মহত্যা : উদ্ধাৰ প্ৰদীপ পালৰ মৃতদেহ

তিনিদিনৰ পাচত এছ ডি আৰ এফৰ দলে উদ্ধাৰ কৰিলে প্ৰদীপ পালৰ মৃতদেহ ৷ অত্যাধিক ঋণৰ বোজা সহিব নোৱাৰি টাওকাক নদীত পত্নী-পুত্ৰ-কন্যাসহ আত্মজাহ দিছিল প্ৰদীপ পালে ৷

By

Published : Jul 25, 2019, 2:22 PM IST

Updated : Jul 25, 2019, 2:49 PM IST

উদ্ধাৰ প্ৰদীপ পালৰ মৃতদেহ

শিৱসাগৰ, জুলাই 25 : তিনিদিনৰ পাচত এছ ডি আৰ এফৰ দলে উদ্ধাৰ কৰিলে প্ৰদীপ পালৰ মৃতদেহ ৷ অত্যাধিক ঋণৰ বোজা সহিব নোৱাৰি টাওকাক নদীত পত্নী-পুত্ৰ-কন্যাসহ আত্মজাহ দিছিল প্ৰদীপ পালে ৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে কন্যা সন্তানগৰাকীৰ ৷

উদ্ধাৰ প্ৰদীপ পালৰ মৃতদেহ

আজি পুৱা এছ ডি আৰ এফ বাহিনীয়ে ঘটনা সংঘটিত এলেকাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ বৰাহী গ্ৰাণ্টত উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰদীপ পালৰ মৃতদেহ ৷ অৱশ্যে বৰ্তমানেও সন্ধানহীন হৈ আছে প্ৰদীপ পালৰ পত্নী সংগীতা পাল আৰু পুত্ৰ অভিক পাল ৷

Last Updated : Jul 25, 2019, 2:49 PM IST

ABOUT THE AUTHOR

...view details