আমগুৰি,১৬ ডিচেম্বৰ :আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ১৮ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আৰ বি আই গাইডলাইন ভৰিৰে মোহাৰি লুণ্ঠন চলোৱা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে ৷
মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - press meet of KMSS
কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ আৰ বি আই গাইডলাইন ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ সিদ্ধান্তক বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
![মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ KMSS organised a Press Meet against of micro finance compan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9897482-539-9897482-1608109045967.jpg)
মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
উল্লেখ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে চৰকাৰৰ এনে সিদ্ধান্তক সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ অপচেষ্টা বুলি মন্তব্য কৰে ৷ এই সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ উপস্থিত থাকে ৷
লগতে পঢ়ক:সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ