অসম

assam

ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - press meet of KMSS

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ আৰ বি আই গাইডলাইন ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ সিদ্ধান্তক বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

KMSS organised a Press Meet against of micro finance compan
মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

By

Published : Dec 16, 2020, 5:01 PM IST

আমগুৰি,১৬ ডিচেম্বৰ :আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ১৮ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আৰ বি আই গাইডলাইন ভৰিৰে মোহাৰি লুণ্ঠন চলোৱা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে ৷

মাইক্ৰফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

উল্লেখ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে চৰকাৰৰ এনে সিদ্ধান্তক সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ অপচেষ্টা বুলি মন্তব্য কৰে ৷ এই সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ উপস্থিত থাকে ৷

লগতে পঢ়ক:সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ

ABOUT THE AUTHOR

...view details