আমগুৰি, ১৪ নৱেম্বৰ: পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত আৰু সাংবাদিক সকলৰ জীৱনৰ সুনিশ্চিত নিৰাপত্তাৰ দাবীত নামতিত শুক্ৰবাৰে এক মৌন প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ নামতি প্ৰেছ গীল্ডৰ উদ্যোগত সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ সহযোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷
পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত নামতিত মৌন প্ৰতিবাদ - হত্যাকাণ্ড
পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত নামতিত শুক্ৰবাৰে এক মৌন প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদী সমদলত আছু,কৃষক মুক্তি সংগ্ৰাম সমিতি,কালুগাঁও প্ৰেছ ক্লাব,আটাছু,ঐক্য সেনা অসম,অসম জাতীয় পৰিষদ, চি পি আই আদি বিভিন্ন দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে ৷
পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত নামতিত মৌন প্ৰতিবাদ
প্ৰতিবাদী সমদলত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি,কালুগাঁও প্ৰেছ ক্লাব,আটাছু,ঐক্য সেনা অসম,অসম জাতীয় পৰিষদ,চি পি আই আদি বিভিন্ন দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে ৷