অসম

assam

By

Published : Jan 21, 2021, 9:23 PM IST

ETV Bharat / state

22 জানুৱাৰীত 12 ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শিৱসাগৰলৈ আগমণৰ পূৰ্বে সংগ্ৰামী যুব ছাত্ৰ পৰিষদৰ 22 জানুৱাৰীত 12 ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা ৷ সংশোধীত নাগৰিকত্ব আইন, বান গৰাখহনীয়া সমস্যা, অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কৰা আদি বিভিন্ন দাবীত এই বন্ধ ঘোষনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ৷ এই বন্ধৰ প্ৰতি সহাৰি জনাইছে বহু কেইটা দল সংগঠনে ৷

Jan_Dist_Closed
22 জানুৱাৰীত 12 ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা

আমগুৰি, ২১ জানুৱাৰী :22 জানুৱাৰীত 12 ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা অসমীয়াৰ ওপৰত বিদেশীৰ বোজা জাপি দিব খোজা অভিযোগেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আগমণৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলা সমিতিয়েও জাতিৰ স্বাৰ্থত বন্ধ সমৰ্থন জনোৱা বুলি জানিবলৈ দিয়ে ৷

22 জানুৱাৰীত 12 ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা

সংশোধিত নাগৰিকত্ব আইনৰ লগতে বান গৰাখহনীয়া সমস্যা, অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কৰা আদি বিভিন্ন দাবীত এই বন্ধ ঘোষণা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ৷

লগতে পঢ়ক :থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ

ABOUT THE AUTHOR

...view details