আমগুৰি, ২৬আগষ্টঃ সামাজিক মাধ্যম ফেচবুকত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক কাণতলীয়া চৰ শুধোৱাৰ ভাবুকি প্ৰদান কৰিছে এজন লোকে ৷ সেয়েহে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অসম যুৱ পৰিষদে ৷ উল্লেখযোগ্য যে, ফেচবুকত গুৱাহাটীৰ চন্দন মালাকাৰ নামৰ এজন ব্যক্তিয়ে বিধায়ক প্ৰদীপ হাজৰিকাক অশোভনীয় মন্তব্য কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ভাবুকি প্ৰদান কৰে ।
ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান - ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান
গুৱাহাটীৰ চন্দন মালাকাৰ নামৰ এজন ব্যক্তিয়ে কাণতলীয়া চৰ শুধোৱাৰ ভাবুকি প্ৰদান কৰা লগতে মদ খাই নিজৰ জীৱন ধ্বংস কৰিলে বুলি বিধায়ক হাজৰিকাক কটাক্ষ কৰে ৷

ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান
ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান
বিধায়ক হাজৰিকাৰ ফেচবুক ষ্টেটাছত চন্দন মালাকাৰে কাণতলীয়া চৰ শুধোৱাৰ ভাবুকি প্ৰদান কৰা লগতে মদ খাই নিজৰ জীৱন ধ্বংস কৰিলে বুলি কটাক্ষ কৰে । ইতিমধ্যে গুৱাহাটীৰ চন্দন মালাকাৰৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানাত অসম যুৱ পৰিষদ আমগুৰি সমষ্টি সমিতিয়ে এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়কঃদায়বদ্ধতাৰ পৰিচয় দি কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ