আমগুৰি,২০ জানুৱাৰী:আমগুৰিত নৃশংস হত্যাকাণ্ড সংঘটিত ৷ স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক ৷ আমগুৰি হাতীমূৰীয়া গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷ উল্লেখযোগ্য যে,ৰিতুপন গগৈয়ে শুই থকা অৱস্থাতে ডিঙি চেপি হত্যাকৰে অনিতা দাস গগৈ নামৰ মহিলাগৰাকীক ৷ জানিব পৰা মতে,তিনিবছৰ পূৰ্বে লক্ষীমপুৰ জিলাৰ পানীগাঁৱৰ পৰা বিবাহপাশত আবদ্ধ হৈছিল অনিতা দাস গগৈ ৷
আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক - শুই থকা অৱস্থাতে
আমগুৰি হাতীমূৰীয়া গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷ উল্লেখযোগ্য যে,ৰিতুপন গগৈয়ে শুই থকা অৱস্থাতে ডিঙি চেপি হত্যাকৰে অনিতা দাস গগৈ নামৰ মহিলাগৰাকীক ৷
![আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10310190-361-10310190-1611131716582.jpg)
আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক
আমগুৰিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক
বুধবাৰে আমগুৰি আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি হত্যাকাৰী ৰিতুপন গগৈক গ্ৰেপ্তাৰ কৰা লগতে নিহত মহিলাগৰাকী উদ্ধাৰ কৰে। ইতিমধ্যে আমগুৰি আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ