আমগুৰি,১৯ জানুৱাৰী:আমগুৰি সমষ্টিত চিকিৎসা ব্যৱস্থাৰ পয়ালগা অৱস্থাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ বৃটিছৰ সময়ৰে জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আন্ত:গাঠনিৰ দুৰৱস্থাই স্বাস্থ্যবিভাগৰ পয়ালগা স্বৰূপ উদঙাইছে।
আমগুৰিৰ এখন চৰকাৰী চিকিৎসালয়ৰ পয়ালগা ছবি - আমগুৰিৰ এখন চৰকাৰী চিকিৎসালয়ৰ পয়ালগা ছবি
বৃটিছৰ সময়ৰে জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আন্ত:গাঁঠনিৰ দুৰৱস্থাই স্বাস্থ্যবিভাগৰ পয়ালগা স্বৰূপ উদঙাইছে ।
![আমগুৰিৰ এখন চৰকাৰী চিকিৎসালয়ৰ পয়ালগা ছবি আমগুৰিৰ এখন চিকিৎসালয়ৰ দুৰৱস্থাই পোহৰলৈ আনিছে স্বাস্থ্য বিভাগৰ পয়ালগা ছবি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10296830-861-10296830-1611044296039.jpg)
আমগুৰিৰ এখন চিকিৎসালয়ৰ দুৰৱস্থাই পোহৰলৈ আনিছে স্বাস্থ্য বিভাগৰ পয়ালগা ছবি
আমগুৰিৰ এখন চিকিৎসালয়ৰ দুৰাৱস্থাই পোহৰলৈ আনিছে স্বাস্থ্য বিভাগৰ পয়ালগা ছবি
ইপিনে ৰোগীৰ চিকিৎসাৰ কোনো উপযুক্ত ব্যৱস্থা নথকা,এম্বুলেন্স নথকা,খোৱাপানীৰ ব্যৱস্থা নথকা ইত্যাদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিকিৎসালয়খনৰ ৰোগী চোৱাৰ গৃহবিলাক ভাগি উৱলি যোৱাৰ লগতে চিকিৎসক-কৰ্মচাৰী থকা গৃহবিলাক মেৰামতি নকৰা বুলি প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে । অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Last Updated : Jan 19, 2021, 2:28 PM IST