- শিৱসাগৰৰ নামতিত সুদৰ্শন থিয়েটাৰৰ নাট্য দৰ্শনীত অবাঞ্চিত পৰিস্থিতি (Heated situation at Sudarshan Theatre)
- থিয়েটাৰ চলি থকাৰ মাজতেই একাংশ সুৰামত্ত দৰ্শকে কৰে উদ্ভণ্ডালি
- গেলাৰীৰ দৰ্শকৰ অশালীন মন্তব্যত খন্তেক সময়ৰ বাবে বন্ধ হ’ল নাট্য দৰ্শনী
- উল্লেখ্য যে, শিৱসাগৰ জিলাৰ নামতি ৰজাবাৰীত চলি আছিল সুদৰ্শন থিয়েটাৰৰ অন্তিমটো নিশা
- বিশিষ্ট নাট্যকাৰ, অভিনেতা ,পৰিচালক মৃদুল চুতীয়াই অসন্তুষ্টি প্ৰকাশ কৰি খন্তেক সময়ৰ বাবে বন্ধ কৰিলে নাটক
- মঞ্চৰ পৰাই নাট্যকাৰ, অভিনেতাগৰাকীৰ দৰ্শকক উদ্দেশ্যি মন্তব্য ‘‘মাল খাই থিয়েটাৰ চাবলৈ নাহিব’’
- অৱশ্যে আয়োজক সমিতিৰ ক্ষমা প্ৰাৰ্থনাৰ পাচত পুনৰ মঞ্চত উঠিল মৃদুল চুতীয়া