শিৱসাগৰ,10 জুলাই:চৰাইদেউ জিলাৰ প্ৰথমগৰাকী কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ ভবেন গগৈ নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকীৰ ৷ উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ পৰা অহাৰ পিছতে অসুস্থ হৈ পৰিছিল ব্যক্তিগৰাকী । ব্যক্তিগৰাকীৰ স্বাৱৰ নমুনা পৰীক্ষা কৰাৰ পাচতে ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ।
চৰাইদেউত প্ৰথম গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু - Covid 19
চৰাইদেউ জিলাৰ প্ৰথমগৰাকী কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ ভবেন গগৈ নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকীৰ ৷
চৰাইদেউত প্ৰথম গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু