আমগুৰি, ২০ ফেব্ৰুৱাৰী: আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ সদস্যৰে মত বিনিময় কৰিলে যুৱনেত্ৰী ডঃ অংকিতা দত্তই। মত বিনিময় কালত আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ বিভিন্ন জনহিতকৰ কৰ্মৰাজিৰ বিষয়ে বুজ লয় ৷
ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ সৈতে মত বিনিময় যুৱনেত্ৰী ডঃ অংকিতাৰ - নবস্ক' স্কুল ভেন এচ'চিয়েশ্যন সৈতে মত বিনিময় যুৱনেত্ৰী ডঃ অংকিতাৰ
আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ সদস্যৰে মত বিনিময় কৰিলে যুৱনেত্ৰী ডঃ অংকিতা দত্তই। মত বিনিময় কালত আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ বিভিন্ন জনহিতকৰ কৰ্মৰাজিৰ বিষয়ে বুজ লয় ৷
নবস্ক' স্কুল ভেন এচ'চিয়েশ্যন সৈতে মত বিনিময় যুৱনেত্ৰী ডঃ অংকিতাৰ
মত বিনিময়ৰ অনুষ্ঠানটিত ডঃ অংকিতা দত্তৰ সৈতে আমগুৰি জিলা পৰিষদৰ সদস্যা লিপি দত্ত, সমাজকৰ্মী ৰাতুল মহন্ত আদি উপস্থিত থাকে। । ডঃ অংকিতা দত্তই এচ'চিয়েশ্যনৰ কৰ্মৰাজিক জনালে শলাগ ৷
লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া