অসম

assam

By

Published : Mar 1, 2022, 2:08 PM IST

ETV Bharat / state

Maha Shivratri at Shivadol : শিৱসাগৰৰ শিৱদৌলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত

শিৱৰাত্ৰি উপলক্ষে মঙলবাৰে শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar jyoti Mahanta at Sivasagar Sivadol) ৷

শিৱসাগৰৰ শিৱদৌলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত
শিৱসাগৰৰ শিৱদৌলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত

শিৱসাগৰ, 1 মাৰ্চ :শিৱৰাত্ৰি উপলক্ষে মঙলবাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উপস্থিত হয় ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar jyoti Mahanta at Sivasagar Sivadol) ৷ নিজৰ ওপজা ঠাইত শৈশৱৰ মধুৰ সময় কটোৱা আৰু প্ৰাথমিক শিক্ষা আৰম্ভ কৰা শিৱসাগৰৰ প্ৰতি এক বিশেষ টান আছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

শিৱসাগৰৰ শিৱদৌলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত

লগতে কয় , অপৰাধমূলক কাৰ্য-কলাপ সীমিত কৰাৰ প্ৰচেষ্টা কৰাত ক্ৰটি নাৰাখে । শাসনৰ অপব্যৱহাৰ হৈছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে, এই বিষয়টো উলাই কৰিব নোৱাৰি ৷ ভাবোতে বহু কথাই তেওঁ ভাবে, কিন্তু ইচ্ছা কৰিও সকলো কথা ক'ব নোৱাৰে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই ভাষ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : মনোবাঞ্ছা পূৰণৰ বাবে আশীষ বিচাৰি শিৱদৌলত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details