আমগুৰি, ১৯ এপ্ৰিল:আমগুৰিত চাউলৰ কাৰ্ডত নাম নথকা দৰিদ্ৰক প্ৰদান কৰা ১০০০ টকা বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল ইটিভিত ৷ অৱশেষত আমগুৰি খণ্ড উন্নয়ন বিষয়াই দাখিল কৰে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ ৷
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ আমগুৰিত দুৰ্নীতিগ্ৰস্ত দোকানীৰ বিৰুদ্ধে এজাহাৰ
ই টিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ ৷ শিৱসাগৰৰ আমগুৰি খণ্ড উন্নয়ন বিষয়াই দাখিল কৰিলে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ ৷
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ আমগুৰিত দুৰ্নীতিগ্ৰস্ত দোকানীৰ বিৰুদ্ধে এজাহাৰ
আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ পঞ্চায়তসমূহত সুলভ মূল্যৰ চাউল আৰু ১০০০ টকা বিতৰণত অনিয়মৰ বাতৰি ই টিভি ভাৰত অসমত সবিস্তাৰে প্ৰকাশিত হৈছিল। তেওঁলোকৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানা আৰু নামতি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
লগতে পঢকঃ গোলাঘাটৰ আশা কৰ্মীক কৃতজ্ঞতা ভিন্ন সংগঠন তথা প্ৰতিষ্ঠানৰ
Last Updated : Apr 20, 2020, 12:38 PM IST