অসম

assam

By

Published : Oct 7, 2020, 4:43 PM IST

ETV Bharat / state

চৰাইদেউত কংগ্ৰেছ দলৰ মৌন প্ৰতিবাদ

বুধবাৰে সোণাৰিৰ লাচিত উদ্যানত চৰাইদেউ জিলা কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলে,হাথৰছ কাণ্ডৰ বিৰোধিতাৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৌন প্ৰতিবাদ
মৌন প্ৰতিবাদ

শিৱসাগৰ, 7 অক্টোবৰ:হাথৰছ কাণ্ডৰ বিৰুদ্ধে বুধবাৰে চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ হাথৰছ কাণ্ডক লৈ উত্তৰ প্ৰদেশ চৰকাৰে অমানৱীয় কাৰ্যৰ গ্ৰহণ কৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী,অতি শীঘ্ৰেই যাতে চৰকাৰে নিৰ্যাতিতা গৰাকীৰ লগতে তেওঁৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰে ৷ চৰাইদেউ জিলা কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ,যুৱ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলেও বুধবাৰে অনুষ্ঠিত মৌন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

চৰাইদেউত কংগ্ৰেছ দলৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details