অসম

assam

ETV Bharat / state

দিখৌত উদ্ধাৰ অচিনাক্ত মৃতদেহ

শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । ততাতৈয়াকৈ ঘটনাটো অৱগত কৰা হয় আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Jun 19, 2019, 8:08 PM IST

শিৱসাগৰ, ১৯জুনঃ

  • শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
    শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
  • স্থানীয় লোকে মৃতদহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
  • মৃতদহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
  • মৃতলোকজনৰ শৰীৰত আঘাতৰ চিন দেখা পোৱা গৈছে
  • লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে

ABOUT THE AUTHOR

...view details