অসম

assam

By

Published : Sep 20, 2019, 8:59 AM IST

ETV Bharat / state

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

অসমৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীৰ 56 হাজাৰ লোকক ষড়যন্ত্ৰমুলক ভাৱে NRC ৰ পৰা নাম কৰ্তন কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

শিৱসাগৰ, 20 চেপ্তেম্বৰঃ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ বন্ধৰ আহ্বান সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ । কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে উজনিৰ তৈল নগৰী শিৱসাগৰত ৷

অসমৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীৰ 56 হাজাৰ লোকক ষড়যন্ত্ৰমুলক ভাৱে NRC ৰ পৰা নাম কৰ্তন কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান । লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই সংগঠনটোৱে ৷

শিৱসাগৰত অসম বন্ধৰ প্ৰভাৱ

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ সমৰ্থনত শিৱসাগৰৰ বিভিন্ন স্থানত-পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱস্ত কৰিছে বন্ধৰ সমৰ্থকে ।

ABOUT THE AUTHOR

...view details