শিৱসাগৰ, 28মেঃ মহামাৰী কৰ'ণা ভাইৰাছৰ কবলত বিধস্ত সমগ্ৰ বিশ্ব । দিনক-দিনে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা প্ৰথম অৱস্থাত ভাৰতবৰ্ষৰ আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু পিছপৰি আছিল যদিও বৰ্তমান বহুকেইখন কৰ'ণাত আক্ৰান্ত ৰাষ্ট্ৰক পিছ পেলাইছে । প্ৰতিদিনে বৃদ্ধি হৈছে কোভিড- ১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ।
অৰুণাচলত ৱাংছু জনগোষ্ঠীৰ কৰ'ণা বিৰোধী কাৰ্টুন অংকণৰ জৰিয়তে সজাগতা সৃষ্টি - arunachal wangsu community draws traditonal cartoon to aware people against corona
অৰুণাচল প্ৰদেশৰ লংডিঙত কৰণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী প্ৰদক্ষেপ । চৰকাৰী ফলকত স্থান পালে নিজৰ জনগোষ্ঠীয় পৰম্পৰাগত ঐতিহ্যৰ চানেকি ৷
ৱাংছু জনগোষ্ঠীৰ কৰ'ণা বিৰোধী কাৰ্টুন অংকণৰ জৰিয়তে সজাগতা সৃষ্টি
পাহাৰীয়া ৱাংচু জনগোষ্ঠীৰ লগতে স্থানীয় লোকসকলে দৈনন্দিন জীৱনৰ কাম-কাজৰ মাজতে কেনেকৈ মাক্স পৰিধান কৰিব পাৰি,সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধুওক আদি বাৰ্তাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলা তথ্য আৰু জনসংযোগ বিভাগে পৰম্পৰাগত ঐতিহ্যৰ জৰিয়তে কাৰ্টুনৰ মাধ্যমেৰে গ্ৰহণ কৰা প্ৰচেষ্টাই সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে ।
লগতে পঢ়কঃ ধুবুৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা