অসম

assam

ETV Bharat / state

চৰাইদেউত আটক অস্ত্ৰ সৰবৰাহকাৰী - charaideo Arms recovere

চৰাইদেউৰ বিশ্ৰামপুৰত আটক এজন অস্ত্ৰ সৰবৰাহকাৰী ৷ সৰবৰাহকাৰী জনৰ পৰা উদ্ধাৰ এটা পইণ্ট ৩২ পিষ্টলসহ কিছু আপত্তিজনক সামগ্ৰী

চৰাইদেউ
চৰাইদেউত আটক অস্ত্ৰ সৰবৰাহকাৰী

By

Published : Jan 3, 2020, 9:17 PM IST

চৰাইদেউ, 3 জানুৱাৰীঃ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰীৰ বিশ্ৰামপুৰত আটক এজন অস্ত্ৰ সৰবৰাহকাৰী ৷ আটক হোৱা সৰবৰাহকাৰী ঘনশ্যাম মহন ৷ সৰবৰাহকাৰী জনৰ পৰা উদ্ধাৰ এটা পইণ্ট ৩২ পিষ্টলসহ কিছু আপত্তিজনক সামগ্ৰী । ধৃত যুৱকজনে নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ লগতে বিভিন্ন ব্যক্তিক টকাৰ বিনিময়ত অস্ত্ৰ যোগান ধৰাৰ অভিযোগ । শুকুৰবাৰে সোণাৰিস্থিত বানফেৰাৰ সেনা ছাউনীৰ এটা দলে চলোৱা অভিযানত আটক হয় সৰবৰাহকাৰীজন ৷

ABOUT THE AUTHOR

...view details