অসম

assam

By

Published : Jul 14, 2020, 11:56 AM IST

ETV Bharat / state

আমগুৰিত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আমগুৰি যুৱ কংগ্ৰেছৰ ৷

amguri-nsui-protest-effigy-burn-pm-neronedro-modi
আমগুৰিত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

আমগুৰি,১৪জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আমগুৰি নগৰ চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ।

আমগুৰিত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰিব নোৱৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে আমগুৰি সমষ্টি যুৱ কংগ্ৰেছ। নৰেন্দ্ৰ মোডী হায়, হায়, বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল গ'বেক, মূল্যবৃদ্ধি ৰোধ কৰক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ ভাৰতীয় টেলিভিশ্বনৰ ওপৰৰ নিষেধাজ্ঞা আংশিকভাৱে বাতিল নেপালৰ

ABOUT THE AUTHOR

...view details