আমগুৰিত চুলাই বেপাৰীক আটক - জেহেনীয়া গাঁও
আমগুৰিত চুলাই মদ নিবলৈ আহি মহিলাৰ হাতত বন্দী হ'ল সোনা নেওগ ওৰফে প্ৰদীপ নেওগ নামৰ চুলাই বেপাৰীটো ৷ বিগত 4-5 বছৰ ধৰি চুলাই বিক্ৰী কৰি অহা সোনা নেওগক আমগুৰিৰ মহিলাসকলে কৰায়ত্ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে বেপাৰীটোৰ পৰা চুলাই মদ নিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী আৰু এখন চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ।
![আমগুৰিত চুলাই বেপাৰীক আটক আমগুৰিত চুলাই বেপাৰীক আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6799174-334-6799174-1586934025425.jpg)
আমগুৰিত চুলাই বেপাৰীক আটক
আমগুৰি, ১৫ এপ্ৰিলঃবুধবাৰে আমগুৰিত চুলাই মদ নিবলৈ আহি মহিলাৰ হাতত বন্দী হ'ল চুলাই বেপাৰী। সোনা নেওগ ওৰফে প্ৰদীপ নেওগ নামৰ চুলাই বেপাৰীটোৰ ঘৰ চামগুৰি নপাম গাঁৱত বুলি জানিব পৰা গৈছে ।
আমগুৰিত চুলাই বেপাৰীক আটক