অসম

assam

ETV Bharat / state

বিশেষ জাননী ফলক আঁৰি সজাগতা সৃষ্টি আমগুৰিত - আমগুৰিৰ জালুক গাঁও

আধিকাংশ গাঁৱৰ লগতে জাননী ফলক আঁৰি ৰাইজক সজাগ কৰাৰ লগতে বহিৰাগত ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আমগুৰিৰ জালুক গাঁও,নপাম জালুক গাঁও,চাওদাং গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে ৷

Amguri Corona awareness
বিশেষ জাননী ফলক আঁৰি সজাগতা সৃষ্টি আমগুৰিত

By

Published : Mar 26, 2020, 7:50 AM IST

আমগুৰি,25 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সজাগতাৰ বাবে গাঁৱে গাঁৱে দেখা গৈছে সজাগতাৰ বিশেষ জাননী ফলক ৷ আধিকাংশ গাঁৱৰ লগতে জাননী ফলক আঁৰি ৰাইজক সজাগ কৰাৰ লগতে বহিৰাগত ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আমগুৰিৰ জালুক গাঁও,নপাম জালুক গাঁও, চাওদাং গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে ৷ আনহাতে,বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা জনতা আইনৰ প্ৰতি আমগুৰিৰ ৰাইজে পূৰ্ণ সমৰ্থন জনোৱা বাবে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ৷

বিশেষ জাননী ফলক আঁৰি সজাগতা সৃষ্টি আমগুৰিত

ABOUT THE AUTHOR

...view details