আমগুৰি, ১২ জানুৱাৰী:আমগুৰিত সদৌ অসম মহিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত থলুৱা অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণী মুকলি।
আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ - ;আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ
ৰাজ্যজুৰি ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ বিভিন্ন প্ৰান্তত ইতমিধ্য অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ বজাৰ দেখা গৈছে ৷ শিৱসাগৰ জিলাতো দেখা গৈছে ভোগালী মেলা ৷ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ভোগালী মেলা সমূহত ৷
আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ
লগতে চাওকঃ ভোগালীৰ প্ৰস্তুতিত ব্যস্ত বিধায়ক মৃণাল শইকীয়া