আমগুৰি, ৫ মাৰ্চ:শিৱসাগৰ জিলাৰ আমগুৰিত বিনামূলীয়া চিকিৎসা শিবিৰ ৷ সৃষ্টি এনজিঅৰ উদ্যোগত আৰু স্বৰ্গদেউ ছৌকাফা মাল্টিস্পেচিয়েলিটিৰ সহযোগত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰ ৷
চিকিৎসা শিবিৰত বিশিষ্ঠ চিকিৎসক ডাঃ দীপক কুমাৰ, ডাঃ গৌৰৱ চৌধুৰী, ডাঃ কংকনা শৰ্মাই ৰোগীক বিনামূলীয়াকৈ আগবঢ়ায় Ortho & Pedia চিকিৎসা ৷
শিৱসাগৰৰ আমগুৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰ - সৃষ্টি এনজিঅ
শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ চিকিৎসা ললে 150ৰো অধিক লোকে ৷
amaguri health camp
বিমামূলীয়া চিকিৎসা শিবিৰত আমগুৰিৰ লগতে শিৱসাগৰ জিলাৰ ডেৰ শতাধিক লোকে চিকিৎসা লাভ কৰিবলৈ সক্ষম হয় ।