আমগুৰি ১৮ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ হালোৱাটিঙত শোকাৱহ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন লোক ৷ নিহত লোকজনৰ নাম সতীশ পাল বুলি চিনাক্ত কৰা হৈছে ৷ হালোৱাটিং মাধৱ নগৰৰ নিবাসী সতীশ পালে আমগুৰি চাহ বাগিচাৰ পৰা চাইকেলেৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাতে অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৷
শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনাত থিতাতে নিহত এজন - accident at sivsagar amguri
শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনা ৷ থিতাতে নিহত আমগুৰিৰ সতীশ পাল নামৰ ব্যক্তি গৰাকীৰ
![শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনাত থিতাতে নিহত এজন শিৱসাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5759189-thumbnail-3x2-djdj.jpg)
শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনা, থিতাতে নিহত 1
উল্লেখ্য যে, এই দুৰ্ঘটনাত মগজু আৰু ভৰিত গুৰুতৰভাৱে আঘাত পোৱা বাবেই অকাল মৃত্যুক সাৱটি লয় সতীশ পালে ৷
আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী