শিৱসাগৰ, 31 জুলাইঃমহামাৰীৰ মাজতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে পুনৰ উত্তপ্ত হৈ পৰিল শিৱসাগৰ। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদী মানৱ শৃংখলেৰে পুনৰ বিজেপি বিৰোধী ধ্বনিৰে কঁপি উঠিল শিৱসাগৰ নগৰ। বৰকাঁহৰ শব্দত মুখৰিত হ'ল প্ৰতিবাদী শ্ল'গান।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ - AASU CAA protest latest news
উল্লেখ্য যে,কোভিড ১৯ সংক্ৰমণ ৰোধৰ নামত অসম চৰকাৰে নাটক ৰচনা কৰি 'CAA' বিৰোধী আন্দোলনক স্তিমিত কৰাৰ চেষ্টা কৰিছে বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ।
AASU protest
লগতে পঢ়কঃনোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা
উল্লেখ্য যে,কোভিড ১৯ সংক্ৰমণ ৰোধৰ নামত অসম চৰকাৰে নাটক ৰচনা কৰি 'CAA' বিৰোধী আন্দোলনক স্তিমিত কৰাৰ চেষ্টা কৰিছে বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে । সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰত আছুৱে আইনখন বাতিল নকৰা পৰ্যন্ত তীব্ৰ আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে।