অসম

assam

ETV Bharat / state

আমগুৰিত 9টা সংগঠনৰ মানৱ শৃংখল কাৰ্যসূচী - মানৱ শৃংখল কাৰ্যসূচী

আমগুৰিত ৯ টাকৈ জাতীয় সংগঠনে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ অখিল গগৈ,দেবংগনা কলিতাৰ মুক্তিৰ দাবীত সংগঠনকেইটাৰ সদস্যসকলে উত্তাল কৰি তোলে পৰিৱেশ ৷

Aamguri_protest_9_ Organization
আমগুৰিত 9টা সংগঠনৰ মানৱ শৃংখল কাৰ্যসূচী

By

Published : Jul 30, 2020, 8:59 PM IST

আমগুৰি,৩০ জুলাই:আমগুৰিত ৯ টাকৈ জাতীয় সংগঠনৰ মানৱ শৃংখল কাৰ্যসূচী ৷ অখিল গগৈক ন্যায় প্ৰদান কৰি মুক্তিৰ দাবীৰ লগতে দেবংগনা কলিতাৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তি, কৃষক মুক্তি, নাৰী মুক্তি, আহোম জাতীয় গণমঞ্চ, টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ, টাই যুৱ ছাত্ৰ পৰিষদ, এছ এফ আই, টাই আহোম যুৱ পৰিষদে ৰূপায়ণ কৰে এই মানৱ শৃংখল কাৰ্যসূচী ৷

আমগুৰিত 9টা সংগঠনৰ মানৱ শৃংখল কাৰ্যসূচী

অন্য এক খবৰৰ বাবে:নিউ গুৱাহাটীত চুৰি হোৱা ৰেফ্ৰিজাৰেটৰ জব্দ বৰপেটাৰ বহৰিত

প্ৰতিবাদকাৰীসকলৰ মন্তব্য অনুসৰি,অখিল গগৈক ৩ তাৰিখৰ শুনানিত ন্যায় প্ৰদান কৰি মুক্তি দিব লাগিব ৷ অন্যথা ঐতিহাসিক শিৱসাগৰৰ পৰাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ৷

ABOUT THE AUTHOR

...view details