শিৱসাগৰ, 13 মে': শিৱসাগৰৰ লাকী গগৈ নামৰ এগৰাকী যুৱতীয়ে বুধবাৰে তেওঁৰ ওপজা দিনটোত ঐতিহাসিক কীৰ্তিচিহ্নযুক্ত স্থানসমূহত চেনিচাইজেশ্যনৰ ব্যৱস্থা কৰি ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে নিজৰ বিশেষ দিনটো । ঐতিহাসিক শিৱদ'ল, ৰংঘৰ, তলাতল ঘৰ, ৰংগনাথ মন্দিৰকে ধৰি বিভিন্ন স্থানত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে যুৱতীগৰাকীয়ে ।
চেনিচাইজেশ্যনেৰে উদযাপন কৰিলে জন্মদিন - ৰাজ্যিক মাদক নিবাৰণ পৰিষদৰ উপাধ্যক্ষা
ওপজা দিনত সম্পূৰ্ণ নিজা খৰচেৰে ঐতিহাসিক শিৱদ'ল, ৰংঘৰ, তলাতল ঘৰ, ৰংগনাথ মন্দিৰকে ধৰি বিভিন্ন স্থানত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে, শিৱসাগৰৰ লাকী গগৈ নামৰ যুৱতীগৰাকীয়ে ।
a young woman celebrated her birthaday in different way in sivasagar
উল্লেখ যে, লাকী গগৈ ৰাজ্যিক মাদক নিবাৰণ পৰিষদৰ উপাধ্যক্ষা । শিৱসাগৰৰ জীয়ৰী লাকী গগৈয়ে জন্মদিন উপলক্ষে সম্পূৰ্ণ নিজা খৰচেৰে শিৱসাগৰৰ বিভিন্ন স্থানত চেনিচাইজেশ্যন কৰে ।
লগতে পঢ়কঃ80 টা ঘৰক কোৱাৰেন্টাইন চেন্টাৰ হিচাপে নিৰ্মাণ মনিপুৰৰ গাঁওবাসীৰ