অসম

assam

ETV Bharat / state

আমগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ

আমগুৰি বৃন্দাবন চাৰিআলিৰ সমীপত উদ্ধাৰ ৰজনী লাহন নামৰ যুৱকৰ মৃতদেহ ৷ নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

আমগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Jun 15, 2019, 9:16 AM IST

  • আমগুৰি বৃন্দাবন চাৰিআলিৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • ৬১নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ মৃতদেহটো
  • মৃত যুৱকজনৰ নাম ৰজনী লাহন
  • আমগুৰি জালুক গাঁৱত ঘৰ যুৱকজনৰ
  • নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
  • নিশা ৯ বজাত ঘৰৰপৰা ওলাই অহাৰ পিছতেই সন্ধানহীন হৈ আছিল ৰজনী লাহন
  • শনিবাৰে পুৱা পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আমগুৰি আৰক্ষীক
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত

ABOUT THE AUTHOR

...view details